এইটো কথা তেতিয়াৰ,
যেতিয়া হিউৱেন
চেঙ ভাৰতত
কুঁহিয়াৰ খেতি
কৰিব আহিছিল|
সেইসময়ত চীন
দেশৰ Chao-Min-Kham নামৰ গাওঁ
এখনত কলিতা
দম্পতী বাস
কৰিছিল| এবাৰ
কি হ’ল কলিতাৰ
বাৰীত প্ৰচুৰ
নাৰিকল উত্পাদন
হ’ল
আৰু কলিতানীয়ে
বুঢ়াক নাৰিকল
কেইটামান বজাৰত
বিক্ৰী কৰিব
দিলে|
সাদৰী বুঢ়ীৰ কথামতে
কলিতা বুঢ়াই
নাৰিকল দুই
দজন বিক্ৰী
কৰি থৈ
আহিল| ঘৰ
আহি পোৱাৰ
লগে লগেই
বুঢ়ীয়ে সুধিলে-
কলিতানী: ঐ বুঢ়া,
নাৰিকল বেছি
কেইটকা পালি?
কলিতা: বিছ(কলিতানীয়ে ফল্ডিং বিচনীখন
আনি বুঢ়াক
ধুম-ধাম
বিচি দিয়ে)
কলিতানী: ঐ বুঢ়া,
নাৰিকল বেছি
কেইটকা পালি?
কলিতা: বিছ(এইবাৰ কলিতানীয়ে অলপ
জোৰকৈ বিচে)
কলিতানী: ঐ বুঢ়া,
নাৰিকল বেছি
কেইটকা পালি?
কলিতা: বিছকলিতানী: ঐ মৰণ
নোহোৱা বুঢ়া!
পুৱাই গেলা
মখা খাই
আহিলি নেকি?
সেইপৰৰ পৰা
বিচি আছো,
গাত বিচ
লাগা নাই
নেকি?
কলিতা: হেই বুঢ়ী! তোক কোনে বিচিব দিছে? মই বিছ টকা পোৱা বুলিহে কৈছোঁ|
Assamese Joke