সিদ্ধান্ত-দেবুৰ উইগ প্ৰজেক্ট (দশম তথা অন্তিম খণ্ড)



মিছন চাকচেছফুলৰ পিছত মনজিত আৰু কুলদ্বীপ ভাৰতলৈ আহিবলৈ সাজু হ' মনজিতৰ হাত খন এতিয়াও সম্পূৰ্ণ ৰূপে শুকোৱা নাই কিছু বিষ আছে

মবাইলৰ চিনাকি ট'নটোৰ শব্দত মনজিতে মবাইলটো চালে সিন্ধান্ত মংগলে মেছেজ পঠাইছে লগতে এট্টেছ কৰি দিছে ফ্লাইটৰ টিকট দুটা! মনজিত কিছু আছৰিত হ'ল! আগতে কোৱা সময়তকৈ পাঁচ ঘন্টা পিছত নতুনকৈ বুকিং কৰিছে ফ্লাইট কিন্ত কিয়? তাকো ফাৰ্ষ্ট ক্লাছত?

কিবা যেন এটা ৰহস্যৰ গোন্ধ পালে মনজিতে প্ৰথম বাৰৰ বাবে সিন্ধান্ত তেওঁৰ ব'লেও বিশ্বাস কৰিবলৈ মনটোৱে যেন কষ্ট পালে

*                *              *               *              *              *

এলবাৰ্টে ধলং-পলং খোজেৰে নিজৰ গাড়ীত বহিল ড্ৰাইভাৰে বাহিৰত অপেক্ষা কৰি আছিল গাড়ীত বহাৰ পিছতেই ড্ৰাইভাৰে গাড়ী ষ্টাৰ্ট কৰিলে

কিন্তু গাড়ীৰ বহাৰ পিছতেই চিৰদিনলৈ চকু মুদ খাই গৈছিল এলবাৰ্টৰ ড্ৰাইভাৰে গমেই নাপালে

আছলতে এলবাৰ্টে যেতিয়া সিন্ধান্ত মংগলৰ সৈতে সুৰা পান কৰি আছিল সুযোগ বুজি সিন্ধান্ত মংগলে এলবাৰ্টৰ পেগত মিহলাই দিছিল এবিধ মৃত্যুদূত ৰূপী দ্ৰৱ তাৰেই ফলাফল এতিয়াৰ নিশ্চুপ এলবাৰ্ট

এইবাৰ বাৰৰ পৰা ওলাই আহিল সিদ্ধান্ত মংগলমুখত এটা কুটিল হাঁহি বিৰিঙি উঠিল এতিয়া অন্ততঃ শান্তিৰে ৰিচাৰ্ছত মনোনিৱেশ কৰিব পাৰিম আৰু বাকী আছে কেৱল দুজন!!

*             *               *            *               *                 *

মনজিত আৰু কুলদ্বীপ টেক্সিত বহিল লক্ষ্যস্হান বিমান বন্দৰ তেনেতে পুনৰ মনজিতৰ ফোনটো বাজি উঠিল এজেন্ট বৰ্ণালী কলিং

-হোৱাট! মনজিতৰ মুখেৰে অস্ফুত স্বৰেৰে শব্দতো উলাই আহিল

-কি হ'ল মনজিত? কুলদ্বীপে সুধিলে।

-সিদ্ধান্তই আমাক হত্যা কৰাৰ প্লেন কৰিছে বৰ্তমান আমি ভাৰতলৈ যাব নোৱাৰিম

*            *              *              *                *                 *

নয়নজিত নিজৰ ঘৰলৈ যোৱাৰ পথত শৰাইঘাটত নতুনকৈ মুকলি হৈছে অন্য এখন দলং। এখন চেল্ফিকে লওঁ বুলি গাড়ীখন ৰখালে। ফেবুত এফ আৰ পি (ফেচবুক ৰেটিং পইণ্ট)ৰ কথা আছে

চেল্ফি দুখন মান লৈ উঠি গাড়ীত পুনৰ বহিবলৈ লোৱাৰ আগতেই অলপ দুৰলৈ দৃষ্টি গ হাৰে! এইজনী চোন!!! তাইও নয়নজিত দেখি আগুৱাই আহিল তাইৰ হাতত এটা কেমেৰা| ডিঙিত লমি আছে

-আৰে! কি খবৰ? ইমান দিনৰ মূৰত?

পলকৰ ভিতৰতে তাই এটা গান উলিয়াই ননজিতলৈ টোঁৱালে

থিচিউ - এটা গুলীৰ শব্দ শুনা গ'





(সমাপ্ত)