শশাংকৰ এমুঠি অনুভৱ
শশাংকৰ এমুঠি অনুভৱ is an Assamese blog maintained and edited by Shasanka Medhi.
এটি আবেলিৰ মৃত্যু
আবেলিতোক মই কেকু
ঁ
ৰিটোত লগ পাইছিলো
তাৰ ঘৰ্মাক্ত শৰীৰৰ পৰা নিৰ্গত হৈছিল…
এলক’হলৰ গোন্ধ|
বিৰামহীনভাবে উচ্ছাৰণ কৰিছিল
সন্ধ্যাৰ নাম|
আৰু কিবা কিবি বিৰবিৰাইছিল
কিছুকথা কবলৈ বাকী থাকিল তাৰ
এলক’হলে তাক গিলিলে আৰু
প্ৰেমৰ নামত এজন স্বহীদ হ’ল|
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment