সিদ্ধান্ত-দেবুৰ উইগ প্ৰজেক্ট (সপ্তম খণ্ড)


গুড়গাৱ| সিদ্ধান্ত মংগলৰ বাসগৃহ| তেওঁৰ মোবাইটোলৈ মেছেজ এটা আহিল-

Your SBI (Sweedhish Bank of India) A/C xxxxxxxx3789 is debited with 75,00000 on 18-03-2017. Balance as on date INR 200.00. Register your AADHAR with your bank a/c.

সিদ্ধান্ত মংগলৰ মূৰ গৰম| | ত গল টকাবোৰ| তেওঁ লগে লগে চিকিউৰিটি এক্সপাৰ্ট সুৰেশ বৰাক মতা হ| মানুজনে তেনেই সাধাৰণভাৱে থাকে| এখন হিৰো চাইকেলত অলৌ- তলৌকে ঘুৰি ফুৰে যদিও তেওঁ দুধৰ্ষ IT Security Analyst| লা চচমা এযোৰ পিন্ধি সেইযোৰৰ আঁৰেৰে সকলো নিৰিক্ষণ কৰি থাকে| সুৰেশে সিদ্ধান্তক সুধিলে কিবা মেইল/এছ এম এছ বা ফোন কলছ আহিছিল নেকি?

কপালৰ বিন্দু বিন্দু ঘাম মচি বহু সময় ভাবি তেওঁ মেছেজ এটা দেখুৱালে -

Dear Beneficiary,

This is to inform you that, you have won a prize money of Two Hundred Thousand Great British Pounds (GBP200,000.00) in the Ongoing 2012 year International E-mail Draw which was Organized by Coca-Cola Company Of England.

"প্ৰাইজ মানিখিনি পাবলৈ মোৰ পৰা ই-মেইল, ফোন, এড্ৰেছ, বেংক একাউণ্ট ডিটেইলছ বিছাৰিছিল| মইও দিছিলো|" সিদ্ধান্তই সেপ ঢুকি কলে|

সুৰেশৰ ভমকৈ উঠা খংটো লুকুৱাই তেওঁ কলে "ইহঁতে হুদু দেখিছে, ফান্দ দেখা নাই| | আপুনি নিশ্চিন্ত থাকক| মই টকা ওভতাই অনাৰ ব্যৱস্থা কৰিম|"

*            *            *            *            *            *            *

দীঘলি পুখুৰী পাৰ, গুৱাহাটি

জিতু আৰু গাৰ্লফ্ৰেইণ্ড দীঘলী পুখুৰী পাৰত প্ৰেমালাপত ব্যস্ত| গছবোৰত আঁৰি দিয়া লাইটবোৰৰ ক্ষীণ পোহৰত পৰিৱেশটো ৰোমাণ্টিক হৈ উঠিছে|

জিতুই সুধিলে- মোক কিমান ভাল পোৱা?

গাৰ্লফ্ৰেইণ্ডে বেগৰ পৰা ডেইৰী মিল্ক এটা উলিয়াই টপককৈ মুখত ভৰালে| হাতৰ পৰা খালি পেকেটতো পেলাই উত্তৰ দিলে- ঠিক এই চকলেটতোৰ সমান|

হাও চুইট! মোক চকলেটৰ দৰে ভাল পোৱা| - জিতু|



অবোধ বালক| মোক বুজিয়ে পোৱা নাই- গাৰ্লফ্ৰেইণ্ডে মনতে ভাবিলে|

*           *           *           *           *           *           *           *

সেই যে সিদ্ধান্ত্ মংগলৰ একাউণ্টৰ পৰা টকা হৰলুকি হৈছিল, সুৰেশৰ মূৰ গৰম হ| সিদ্ধান্ত মংগল কাশ্যপ ওৰফে চিমাকাৰ টকা ওভতাই আনিব নোৱাৰিলে তেওঁৰ সেই বিখ্যত ডাইলগটো শুনিবলৈ পাব যে সেইয়া নিশ্চিত| "মাৰ দিয়া যায় য়া চৌৰ দিয়া যায়| বৌলো, তেৰে চাথ ক্যা চুলুক কিয়া যায়?" ইয়াৰ আগতেও বহুকেইজন নিমখ হাৰাম কৰ্মচাৰীয়ে এইটো ডাইলগ শুনি চিৰজীৱনলৈ চকু মুদা সুৰেশে দেখিছে| তেওঁৰ লগ ত এইটো হব দিব নোৱাৰে IT Security Analyst সুৰেশে দুধৰ্ষ হেকাৰ তপনক মাতিলে|

তপন লৰাটো আকৌ জাবৰ| আহিব ওলাওতেই হেনো তাৰ বাইকখন বেয়া হ| এতিয়া আকৌ সুৰেশৰ Jaguar XF খন বিছাৰি পঠিয়াইছে|

*           *           *           *           *           *           *           *

বিখ্যাত বেঙেনা হোলচেলাৰ জিতুৰ ফোন অফ| চাৰি ঘণ্টা হল একো খা-খবৰ নাই| অন্তৰীক্ষা, ডলি, ৰাজশ্ৰী, পুলকিতা, মম্পিকে ধৰি নাৰীসকলৰ মাজত হুলস্থুল| ৱাটছএপত সাংঘাটিক মিঠা মিঠা কথাৰে নাৰীসকলৰ মন ভুলোৱাত জিতুৰ এক সুকীয়া নাম আছে|



আগলৈ...

No comments:

Post a Comment